ঈমান/তৌহিদ/কলিমা-7️⃣ ক্ৰমিক নংঃ-9️⃣1️⃣-(যোৱা সংখ্যাৰ পিছৰ পৰা...) 🔴"কোৰআন দ্যা আহছানাল হাদিস" ("Quran the Ahsanal Hadith")🔴 💠বিষয়ঃ ভাল কাম কৰক, জান্নাত নিশ্চিত-9️⃣💠 💮(Do Good deeds, Paradise confirmed) 🔰চৈয়দ ৰফ🔰 . ⬇️⬇️⬇️ . ঈমানৰ সাক্ষ্যপ্ৰমাণ The Testimony of Faith. . বেহেস্ত পোৱাৰ প্ৰথম স্বত্বটোৱেই হৈছে ঈমান/বিশ্বাস অনাৰ সাক্ষ্যপ্ৰমাণ। কোৰআন-২:২৮৫লৈ মন কৰকঃ ২:২৮৫ آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ ۚ وَقَالُوا سَمِعْنَا وَأَطَعْنَا ۖ غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে 1📍আল্লাহৰ ওপৰত, তেওঁৰ 2📍ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ 3📍কিতাবসমূহ আৰু তেওঁৰ 4📍ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো 5📍পাৰ্থক্য নকৰো; আৰু এওঁলোকে কয়, ‘আমি শুনিছো আৰু মানি লৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষম...