ক্ৰমিক নংঃ-8️⃣9️⃣-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🟠 EXPLAINATION-2️⃣
🔴"কোৰআন দ্যা আহছানাল হাদিস"
("Quran the Ahsanal Hadith")🔴
💠বিষয়ঃ Explaination-
📍1️⃣Quran-16:44(Quran explain itself, not by so-called Hadiths).📍2️⃣Quran-12:111(Quran is not a Fabricated Hadith).
.
🔰চৈয়দ ৰফ🔰
.
⬇️⬇️⬇️
📍1️⃣-Explaination: Quran-16:44:
(Quran explain itself, not by so-called Hadiths)
.
1️⃣১৬:৪৪
بِالْبَيِّنَاتِ وَالزُّبُرِ ۗ وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ
স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো 📍স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।
.
উক্ত আয়াতটোত 📍 এল্লাহে ৰছুলক কোৰআনৰ ৱহী স্পষ্টকৈ(clarify) মানুহক বুজাই দিবলৈ কৈছে। এতিয়া ৰছুলে নিজৰ মতে নে এল্লাহে শিকাই দিয়া মতে বুজাব?
নিজৰ মতে হ'লে 'বুখাৰি'চাহেবহতঁৰ নাম/কথা কোৰআনত উল্লেখ থাকিব লাগিব। কাৰণ কোৰআন ফুৰকান মানে সচাঁ মিছাৰ পাৰ্থক্যকাৰী। আৰু এল্লাহে শিকাই দিয়া মতে বুজাব লাগিলে কোৰআনত থাকিব লাগিব। তাকেই তলত দিয়া হৈছে:
.
bb-word by word meaning:
[16:44] With (Bi) proofs (El'Bayyinaati) and (Wa) scriptures (🍀35:25) (Ez'Zuburi). And (Wa) We have revealed
(Anzal'naa) to you (s) (ilai'ka) the Remembrance (⚡38:1) (Ez'Zik'ra) that (Li) you may clarify (🌱5:15) (Tubayyina) to
the people (Lin' Naasi) what (Maa) was revealed (Nuzzila) to them (ilai'him') perhaps they (Laållahum') will
ponder (Yatafakkaruun).
🍀৩৫:২৫
وَإِنْ يُكَذِّبُوكَ فَقَدْ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ وَبِالزُّبُرِ وَبِالْكِتَابِ الْمُنِيرِ
আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি, গ্ৰন্থাদি আৰু দীপ্তিমান কিতাবসহ আহিছিল।
.
⚡৩৮:১
ص ۚ وَالْقُرْآنِ ذِي الذِّكْرِ
চোৱাদ, শপত উপদেশপূৰ্ণ কোৰআনৰ!
.
🌱৫:১৫
يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ ۚ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ
হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।
.
📢edip-Note:
The Arabic word BaYaNa means (1) explain an ambiguous message; or (2) declare a hidden message. This multiple-meaning verse is one of the most abused verses by the followers of hadith hearsay. They choose the first meaning. Their rendering, however, contradicts many verses of the Quran: the Quran is explained not by Muhammed, but by its author, God Himself (১📍75:19). Thus it is described as a "clarified/explained book" (২📍5:15; 12:1; 26:195; 44:6), and we are reminded over and over that it is "easy to understand" (৩📍54:17). Thus, the second alternative is the intended meaning, since the Quran was received by Muhammed in a private session called revelation, and his job was to deliver and declare the message he received. God orders Muhammed to proclaim the revelation which is revealed to him personally. Indeed, this is the whole mission of the messengers (৪📍16:35). Thus, the word "litubayyena" of ৫📍16:44 is similar to the one in ৬📍3:187. Verse 3:187 tells us that the people who received the revelation should "proclaim the scripture to the people, and never conceal it." See ৭📍2:159; 3:187 and ৮📍16:64. For a comparative discussion on verse 16:44, see the Sample Comparisons section in the Introduction.
The Quran is simple to understand (৯📍54:17). Whoever opens his/her mind and heart as a monotheist and takes the time to study it, will understand it. This understanding will be enough for salvation. Beyond this, to understand the multiple-meaning verses you do not need to be a messenger of God. If you have a good mind and have studied the Quran as a believer, that is, if you have a deep knowledge, then you will be able to understand the true meanings of multiple-meaning verses. The verse ১০📍3:7, which is about the multiple-meaning verses, points this fact in a multiple-meaning way (this is an interesting subject warranting another article): ". . . No one knows their true meaning except God and those who possess knowledge. . ."
.
৭৫:১৬
لَا تُحَرِّكْ بِهِ لِسَانَكَ لِتَعْجَلَ بِهِ
ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
৭৫:১৭
إِنَّ عَلَيْنَا جَمْعَهُ وَقُرْآنَهُ
নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
৭৫:১৮
فَإِذَا قَرَأْنَاهُ فَاتَّبِعْ قُرْآنَهُ
এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা,
১📍৭৫:১৯
ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُ
তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।
।।।
২📍
৫:১৫
يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ ۚ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ
হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।
.
১২:১
الر ۚ تِلْكَ آيَاتُ الْكِتَابِ الْمُبِينِ
আলিফ-লাম-ৰা। এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
.
২৬:১৯৫
بِلِسَانٍ عَرَبِيٍّ مُبِينٍ
সুস্পষ্ট আৰবী ভাষাত।
.
৪৪:৬
رَحْمَةً مِنْ رَبِّكَ ۚ إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,
.
।।।
৩📍
৫৪:১৭
وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
।।।
৪📍
১৬:৩৫
وَقَالَ الَّذِينَ أَشْرَكُوا لَوْ شَاءَ اللَّهُ مَا عَبَدْنَا مِنْ دُونِهِ مِنْ شَيْءٍ نَحْنُ وَلَا آبَاؤُنَا وَلَا حَرَّمْنَا مِنْ دُونِهِ مِنْ شَيْءٍ ۚ كَذَٰلِكَ فَعَلَ الَّذِينَ مِنْ قَبْلِهِمْ ۚ فَهَلْ عَلَى الرُّسُلِ إِلَّا الْبَلَاغُ الْمُبِينُ
আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোহেঁতেন, আৰু তেওঁৰ বিপৰীতে আমি কোনো বস্তু হাৰামো নকৰিলোহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ✅ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁছাই দিয়া নহয় জানো?
.
৫📍16:44
১৬:৪৪
بِالْبَيِّنَاتِ وَالزُّبُرِ ۗ وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ
স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো ✅স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।
.
৬📍
৩:১৮৭
وَإِذْ أَخَذَ اللَّهُ مِيثَاقَ الَّذِينَ أُوتُوا الْكِتَابَ لَتُبَيِّنُنَّهُ لِلنَّاسِ وَلَا تَكْتُمُونَهُ فَنَبَذُوهُ وَرَاءَ ظُهُورِهِمْ وَاشْتَرَوْا بِهِ ثَمَنًا قَلِيلًا ۖ فَبِئْسَ مَا يَشْتَرُونَ
স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘অৱশ্যে তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিছিল আৰু তুচ্ছ মুল্যত বিক্ৰী কৰিছিল, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট!
.
🔴 কোৰআনৰ স্পষ্টিকৰণঃ
Rasol could not anything explain other than Quran:
⬇️ https://www.facebook.com/REFERTOQURANALONE/videos/587671205573001/
.
এতিয়া কওঁকচোন ৰছুলৰ মৃত্যুৰ ২০০/২৫০ বছৰৰ পাছত মুখে মুখে শুনি বুখাৰিহতেঁ লিখা কিতাপেৰে কি যুক্তিত কোৰআনৰ ব্যাখ্যা হ'ব পাৰে?
.
।।।।।
📍2️⃣Quran-12:111(Quran is not a Fabricated Hadith).
.
12:111 In their stories is a lesson for the people of intelligence. It is not a hadith that was invented, but an authentication of what is already present, a detailing of all things, and a guidance and mercy to a people who acknowledge.
Note-
In this verse, God the Most Wise, rejects both the "hadith" and the basic excuse for accepting it as a source of Islam. No excuse is accepted from the followers of hadith in this world, nor on the Day of Judgment. The followers of fabricated hadiths claim that the Quran is not sufficiently detailed! They thus reject God's repeated assertion that the Quran is "complete, perfect, and sufficiently detailed" (6:19), and thereby justify the creation of 60 volumes of hadith, and a library full of contradictory teachings that are supposed to complete the Quran. By reflecting on 12:111 above, one can see God's answer to those fabricators and their followers. God informs us that we do not need fabricated hadith; that the Quran as a sufficiently detailed guide, is all we need. The Quran is the only "ahsan al-hadith" (best statement) to be followed (39:23). See 6:112; 11:1; 31:6; 33:38; 45:6; 52:34.
.
12:111 Indeed in the history of these men, there is a lesson for people of understanding. As for this revelation, it could not possibly be a Hadith, fabricated. It confirms the (surviving truth in) the previous scriptures, and gives a detailed explanation of everything. And it is a beacon and mercy for all those who accept it. [2:79, 2:101, 3:78, 3:187, 5:48]
.
QAH(Quran the Ahsanal Hadith).
.
👹কিন্তু কোৰআন নুবুজি হাদিসেৰে ইছলাম চলোৱা অজ্ঞানী শ্বেইখে কি কয় শুনকঃ
⬇️
https://m.facebook.com/story.php?story_fbid=242685254421282&id=100060394277875
.
সমাপ্ত।
।।।।
🌋(হাদিসৰ অনুসন্ধানত)🌋
🌶comp🌶edit🦀writer🌶syedraf🌶
.
📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ
🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।
🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা),
জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।
ক্ৰমশঃ...
Comments
Post a Comment