Skip to main content

Sl-91-9(7)

ঈমান/তৌহিদ/কলিমা-7️⃣
ক্ৰমিক নংঃ-9️⃣1️⃣-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"কোৰআন দ্যা আহছানাল হাদিস"
("Quran the Ahsanal Hadith")🔴
💠বিষয়ঃ ভাল কাম কৰক, জান্নাত নিশ্চিত-9️⃣💠
💮(Do Good deeds, Paradise confirmed)
🔰চৈয়দ ৰফ🔰
.
⬇️⬇️⬇️
.
ঈমানৰ সাক্ষ্যপ্ৰমাণ
The Testimony of Faith.
.
বেহেস্ত পোৱাৰ প্ৰথম স্বত্বটোৱেই হৈছে ঈমান/বিশ্বাস অনাৰ সাক্ষ্যপ্ৰমাণ। 
কোৰআন-২:২৮৫লৈ মন কৰকঃ
২:২৮৫
آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ ۚ وَقَالُوا سَمِعْنَا وَأَطَعْنَا ۖ غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ
ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে 1📍আল্লাহৰ ওপৰত, তেওঁৰ 2📍ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ 
3📍কিতাবসমূহ আৰু তেওঁৰ 4📍ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো 
5📍পাৰ্থক্য নকৰো; আৰু এওঁলোকে কয়, ‘আমি শুনিছো আৰু মানি লৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰো আৰু তোমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল’।
.
এল্লাহৰ একত্বৰ ওপৰত আমি আগৰ খণ্ডবোৰত কৈ আহিছো এনেদৰে:
❌La ilaha illa Allah Muhammadur rasulullah.
.
একমাত্র শ্বহাদা অনুমোদিত:
(The only shahada authorized)

 কোৰআনে মানুহক 'লা ইলাহা ইল্লাল্লাহ'ৰ (মূল শাহাদা) সাক্ষ্য দিয়াৰ দাবি কৰিছ, যিটোৱে বিশেষভাবে একমাত্র এল্লাহৰ অনুমোদিত শাহাদা হিচাপে উল্লেখ কৰা হৈছে:

 এল্লাহে সাক্ষ্য দিয়ে (শাহাদা) যে তেওঁ ('লা ইলাহা ইল্লাল্লাহ') ব্যতীত কোনো উপাস্য নাই, আৰু তেওঁ ন্যায়পৰায়ণতা আৰু জ্ঞানৰ গুণাৱলীও আছে: তেওঁৰ বিনে কোনো গ'ড নাই, তেওঁ সর্বশক্তিমান, প্রজ্ঞাময়(৩:১৮):-আৰু পঢ়কঃ https://m.facebook.com/story.php?story_fbid=2351021718361092&id=100003598598517
।।।।
।।।।
মহম্মদ আ:ছা: নিশ্চয় এল্লাহৰ ৰছুল। তাত কোনো সন্দেহ নাই। কিন্তু, ইব্ৰাহীম, মুছা আদি সকলো নবী ৰছুল নহয় নেকি? কি‌য় মহম্মদক আ:ছা: বিশেষ মৰ্য্যদা দিয়া হৈছে? এনে কৰি ৰছুলৰ মাজত বিভাজন অনা হোৱা নাই নে? এনে  বিভাজনে ২:২৮৫ (+2:136) আয়াতক প্ৰত্যাহ্বান জনোৱা নাই নে?
কোৰআনত মহম্মদে আ:ছা: কি কৈছে চাওঁক:
৪৬:৯
قُلْ مَا كُنْتُ بِدْعًا مِنَ الرُّسُلِ وَمَا أَدْرِي مَا يُفْعَلُ بِي وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ وَمَا أَنَا إِلَّا نَذِيرٌ مُبِينٌ
কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
।।।।।।
কিন্তু দুখজনকভাৱে আজিৰ মুছলিমে মহম্মদক আ:ছা: আন সকলো ৰছুলতকৈ উচ্চ মৰ্যদা উপাধিত বহুৱাই এল্লাহৰ নিৰ্দেশক ভৰিৰে মুহাৰি পেলাইছে। 
তেওঁলোকে উপাধি দিছে,যেনেঃ
- "Sayeduna Muhammad" (Our Lord Muhammad)
- "Sayed Al Khalq" (the Lord of all creation)
- "Ashraf Al- Mursaleen" (the Most honourable of all the messengers)
- "habib Allah" (God's sweetheart!), ইত্যাদি।
।।।।
কিন্তু,
১৮:১১০
قُلْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ يُوحَىٰ إِلَيَّ أَنَّمَا إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ ۖ فَمَنْ كَانَ يَرْجُو لِقَاءَ رَبِّهِ فَلْيَعْمَلْ عَمَلًا صَالِحًا وَلَا يُشْرِكْ بِعِبَادَةِ رَبِّهِ أَحَدًا
কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’।
.
ক্ৰমশঃ
।।।।।
🌋(হাদিসৰ অনুসন্ধানত)🌋
 🌶comp🌶edit🦀writer🌶syedraf🌶
.
📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ
🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।
🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা), 
জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।
ক্ৰমশঃ...

Comments

Popular posts from this blog

Allah details his Book Quran

🔸 ALLÂH DETAIL HIS BOOK : The following AYAT make it absolutely clear  that the only source necessary for mankind's  guidance is the GOD’S WORD ALONE, and A MŪMĪN - TRUSTWORTHY CANNOT INTRODUCE ANY OTHER MANMADE RELIGIOUS SOURCE AS JUDGEMENT ALONG WITH THE QURAN❗️ IN THE ENTIRE QURAN there is not one unequivocal statement that categorically  asserts the requirement of other sources being necessary to explain the Quran or which are required for mankind's guidance❗️   The burden of proof remains solely with those that assert such a belief to provide clear unequivocal evidence from the Quran for the requirement of manmade religious sources❗️   ✅7:051 "Who take their DEEN for an idle sport  and a play and this life's world deceives them;  so today We forsake them, as they neglected  the meeting of this day of theirs and as they  denied Our AYAT (Arabic: Ayatina) And certainly We have brought them  a Book which We have made clear  with ...

Ahle-Kitab(Sl:41-48)

🥀41-48=AHLE KITAB(44-Khataman Nabi,48-Mirza Gulam Ahmed Kadiyani) 🚵45-Extra Article-3(Goni post) Sl-41-  AHLEKITAB-1 . Sl-42- AHLE.KITAB-2 . Sl-43- AHLE.KITAB-3 . Sl-44- AHLE.KITAB-4  (Khatam Nabi) . 45- Extra-Article . Sl-46- AHLE.KITAB-5 . Sl-47- AHLE.KITAB-6 . Sl-48- AHLE.KITAB.MIRZAGULAM.KADIYANI-7

Quran scholars

🔴 কুরআনের অনুসারীদের একটা ভালো বৈশিষ্ট্য হচ্ছে, তারা কোনো ব্যক্তি বা দল পূজারী বা কোন দলের অন্ধ অনুসারী না।‌ তারা যে কোন ব্যক্তির কথা ও অভিমত কুরআনের মানদণ্ডে যাচাই করে গ্রহণ করতে চেষ্টা করে। কুরআন ভিত্তিক হলে গ্রহণ করে, কুরআনের সাথে সাংঘর্ষিক হলে প্রত্যাখ্যান করে। কয়েকজন কুরআন ভিত্তিক আলোচকের নাম, ‌ইউটিউব চ্যানেলের লিংক ও ফেসবুক প্রোফাইলের লিংক এবং ছবি দেওয়া হল! কুরআন অধ্যয়নের পাশাপাশি তাদের আলোচনা গুলো শুনতে পারেন! লিখাগুলো পড়তে পারেন ও কুরআনের মানদণ্ডে যাচাই-বাছাই করে গ্রহণ করতে পারেন। 🖼️ SHUAIB ABDULLAHI BABS:       YoutubeShuaibabdullahibabs . ⛔ (1) - "ডক্টর মাহবুবুল্লাহ যশোরী" ↘️   https://youtube.com/c/JessoryMahboobullah . ↘️ https://youtube.com/channel/UC1i7g-jwlwXLrUliZyY2MmA ⛔ (2) - "মোস্তফা ওয়াহেদুজ্জামান" ↘️ https://youtube.com/channel/UCppLOpd3FlQynv2-j-phoYA ⛔ (3) - "Sajal Roshan" ↘️   https://youtube.com/c/SajalRoshan ⛔ (4) - "A H M Emdadul Haq" ↘️ https://youtube.com/c/followwahi ⛔ (5) - "আক্কাস বিন আব্দুর রশিদ" ...