ঈমান/তৌহিদ/কলিমা-6️⃣
ক্ৰমিক নংঃ-9️⃣0️⃣-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"কোৰআন দ্যা আহছানাল হাদিস"
("Quran the Ahsanal Hadith")🔴
💠বিষয়ঃ ভাল কাম কৰক, জান্নাত নিশ্চিত-8️⃣💠
💮(Do Good deeds, Paradise confirmed)
🔰চৈয়দ ৰফ🔰
.
⬇️⬇️⬇️
.
আমি এই খণ্ড[Sl-81(Pt-1)] আৰম্ভ কৰিছিলোঁ ২:২৫ আয়াতেৰে। তাত আছিঃ "আৰু যিসকলে ➡️ঈমান আনিছে আৰু ➡️সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আছে ➡️জান্নাত,..."
মুঠতে জান্নাত পাবলৈ প্ৰথমে ঈমান আনিব লাগিব। ইয়াৰ তৌহিদৰ সাক্ষ্য দিওঁতে কেনেকৈ শ্বিৰ্ক হৈ যায় সেই বিষয়ে Sl-84,85,86ত কৈ অহা হৈছে।
.
ঈমানৰ মৌলিক কথাবোৰ মুখেৰে ফুটাই দিলেই ঈমান অনা নুবুজাই। ইয়াৰ বাবে এল্লাহৰ ওচৰত হেদায়াৎ বিচাৰিব লাগিব আৰু তেনেকৈ আমল কৰিব লাগিব তেতিয়াহে [আমাক সৰল পথৰ হিদায়ত দিয়া(اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ)] সৰল পথটো পাব। ইয়াৰ বাবে শ্বিৰ্ক আৰু মুশ্বৰিক মুক্ত হ'ব লাগিব।হেদায়াৎ বিচাৰৰ কথাটো এনেকুৱাঃ
.
The difference between-يَشَاءُ & تَشَاءُ for Hidayat(guidance):-
⬇️
Without shrik and mushrik(12:106) with perfect Iman(2:285) if ask for Hidayat may E'llah guide you.
আমাক সৰল পথৰ হিদায়ত দিয়া(اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ)
.
Example:-
🔴Quran-(2:272:8) yashāu-He wills)
২:২৭২
۞ لَيْسَ عَلَيْكَ هُدَاهُمْ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۗ وَمَا تُنْفِقُوا مِنْ خَيْرٍ فَلِأَنْفُسِكُمْ ۚ وَمَا تُنْفِقُونَ إِلَّا ابْتِغَاءَ وَجْهِ اللَّهِ ۚ وَمَا تُنْفِقُوا مِنْ خَيْرٍ يُوَفَّ إِلَيْكُمْ وَأَنْتُمْ لَا تُظْلَمُونَ
সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা হিদায়ত দিয়ে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা সেয়া কেৱল তোমালোকৰ নিজৰ বাবে আৰু তোমালোকে কেৱল আল্লাহৰ বাবেই (তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবেই) ব্যয় কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু ব্যয় কৰিলে তাৰ পুৰষ্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।
.
Quran-2:272
You are not responsible for their guidance, but it is God who will guide whoever He wishes. And whatever you spend out of goodness is for your own souls. And anything you spend should be in seeking the face of God. And whatever you spend out of goodness will be returned to you, and you will not be wronged.
(2:272:8) yashāu-He willsلَيْسَ عَلَيْكَ هُدَاهُمْ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ)
.
🔵3:26:12-(tashāu-You will-تَشَاءُ)
قُلِ اللَّهُمَّ مَالِكَ الْمُلْكِ تُؤْتِي الْمُلْكَ مَنْ تَشَاءُ وَتَنْزِعُ الْمُلْكَ مِمَّنْ تَشَاءُ وَتُعِزُّ مَنْ تَشَاءُ وَتُذِلُّ مَنْ تَشَاءُ بِيَدِكَ الْخَيْرُ إِنَّكَ عَلَى كُلِّ شَيْء ٍ قَدِير ٌ
Say: "Our god, Possessor of kingship; you grant kingship to whom You please, and revoke kingship from whom You please, and honor whom You please, and humiliate whom You please; in Your hand is goodness. You are capable of all things."
(3:26:12) tashāuYou will-وَتَنْزِعُ الْمُلْكَ مِمَّنْ تَشَاءُ).
.
৩:২৬
কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
ক্ৰমশঃ
।।।।
🌋(হাদিসৰ অনুসন্ধানত)🌋
🌶comp🌶edit🦀writer🌶syedraf🌶
.
📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ
🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।
🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা),
জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।
ক্ৰমশঃ...
Comments
Post a Comment