Skip to main content

94

ক্ৰমিক নংঃ-9️⃣4️⃣-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🌈Extra Article-
🔴"কোৰআন দ্যা আহছানাল হাদিস"
("Quran the Ahsanal Hadith")🔴
💠Sub: Rasol means message and messenger both. Quran also rasol💠

🔰চৈয়দ ৰফ🔰
.
⬇️⬇️⬇️
Rasol means message and messenger both. Quran also rasol:
(See the Light and Accept the Truth)
⬇️
5:15, 11:1-3, 14:1, 27:2, 32:3, 34:6, 42:52, 65:11.
.
Ra-Siin-Lam
General Root Meaning:-
to send a messenger, bearer of a message, messenger, mission, risalat - message, 
⬇️
৫:১৫
يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ ۚ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ
হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ * তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।
.
[5:15] O (Yaa) People of the Book (Ah'lal' Kitaabi), Our messenger (Rasuulu-naa) has (Qad') come to you (Jaa'a-kum) to clarify (Yubayyinu) to you (Lakum) much (Kathiiran) of what (Mimmaa) you have (Kuntum')
concealed (Tukh'fuuna) of (Mina) the Book (El'Kitaabi) while (Wa) overlooking (Ya'fu' Ån) much (Kathiirin). There has (Qad') come to you (Jaa'a-kum) from GOD (Minallahi) a light (7:157📍) (Nuurun) and (Wa) a clear(Mubiin) book (Kitaabun).
.
১১:১-২-৩
 الر ۚ كِتَابٌ أُحْكِمَتْ آيَاتُهُ ثُمَّ فُصِّلَتْ مِنْ لَدُنْ حَكِيمٍ خَبِيرٍ
আলিফ-লাম-ৰা, এইখন এনে এখন কিতাব, যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্ত্বাৰ তৰফৰ পৰা(অৱতীৰ্ণ);
.
১১:২
أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۚ إِنَّنِي لَكُمْ مِنْهُ نَذِيرٌ وَبَشِيرٌ
যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।
.
১১:৩
وَأَنِ اسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ يُمَتِّعْكُمْ مَتَاعًا حَسَنًا إِلَىٰ أَجَلٍ مُسَمًّى وَيُؤْتِ كُلَّ ذِي فَضْلٍ فَضْلَهُ ۖ وَإِنْ تَوَلَّوْا فَإِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ كَبِيرٍ
লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়লৈ এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো।
.
১৪:১
 الر ۚ كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِ رَبِّهِمْ إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ
আলিফ-লাম-ৰা, এইটো এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।
.
২৭:১-২
 طس ۚ تِلْكَ آيَاتُ الْقُرْآنِ وَكِتَابٍ مُبِينٍ
ত্বা-ছীন; এইবোৰ আল-কোৰআন তথা সুস্পষ্ট কিতাবৰ আয়াত;
২৭:২
هُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে,
.

৩২:৩
أَمْ يَقُولُونَ افْتَرَاهُ ۚ بَلْ هُوَ الْحَقُّ مِنْ رَبِّكَ لِتُنْذِرَ قَوْمًا مَا أَتَاهُمْ مِنْ نَذِيرٍ مِنْ قَبْلِكَ لَعَلَّهُمْ يَهْتَدُونَ
অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এয়া তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, সম্ভৱতঃ সিহঁতে হিদায়ত লাভ কৰিব।
.
৩৪:৬
وَيَرَى الَّذِينَ أُوتُوا الْعِلْمَ الَّذِي أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ هُوَ الْحَقَّ وَيَهْدِي إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ
আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইটোৱে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ নিৰ্দেশ কৰে।
.
৪২:৫২
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,
.
৬৫:১১
رَسُولًا يَتْلُو عَلَيْكُمْ آيَاتِ اللَّهِ مُبَيِّنَاتٍ لِيُخْرِجَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَمَنْ يُؤْمِنْ بِاللَّهِ وَيَعْمَلْ صَالِحًا يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ قَدْ أَحْسَنَ اللَّهُ لَهُ رِزْقًا
এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; আৰু যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।
.
(📍৭:১৫৭
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।)
।।।।।।
❤️compiled❤️edited❤️syedraf❤️

Comments

Popular posts from this blog

Allah details his Book Quran

🔸 ALLÂH DETAIL HIS BOOK : The following AYAT make it absolutely clear  that the only source necessary for mankind's  guidance is the GOD’S WORD ALONE, and A MŪMĪN - TRUSTWORTHY CANNOT INTRODUCE ANY OTHER MANMADE RELIGIOUS SOURCE AS JUDGEMENT ALONG WITH THE QURAN❗️ IN THE ENTIRE QURAN there is not one unequivocal statement that categorically  asserts the requirement of other sources being necessary to explain the Quran or which are required for mankind's guidance❗️   The burden of proof remains solely with those that assert such a belief to provide clear unequivocal evidence from the Quran for the requirement of manmade religious sources❗️   ✅7:051 "Who take their DEEN for an idle sport  and a play and this life's world deceives them;  so today We forsake them, as they neglected  the meeting of this day of theirs and as they  denied Our AYAT (Arabic: Ayatina) And certainly We have brought them  a Book which We have made clear  with ...

Ahle-Kitab(Sl:41-48)

🥀41-48=AHLE KITAB(44-Khataman Nabi,48-Mirza Gulam Ahmed Kadiyani) 🚵45-Extra Article-3(Goni post) Sl-41-  AHLEKITAB-1 . Sl-42- AHLE.KITAB-2 . Sl-43- AHLE.KITAB-3 . Sl-44- AHLE.KITAB-4  (Khatam Nabi) . 45- Extra-Article . Sl-46- AHLE.KITAB-5 . Sl-47- AHLE.KITAB-6 . Sl-48- AHLE.KITAB.MIRZAGULAM.KADIYANI-7

Quran scholars

🔴 কুরআনের অনুসারীদের একটা ভালো বৈশিষ্ট্য হচ্ছে, তারা কোনো ব্যক্তি বা দল পূজারী বা কোন দলের অন্ধ অনুসারী না।‌ তারা যে কোন ব্যক্তির কথা ও অভিমত কুরআনের মানদণ্ডে যাচাই করে গ্রহণ করতে চেষ্টা করে। কুরআন ভিত্তিক হলে গ্রহণ করে, কুরআনের সাথে সাংঘর্ষিক হলে প্রত্যাখ্যান করে। কয়েকজন কুরআন ভিত্তিক আলোচকের নাম, ‌ইউটিউব চ্যানেলের লিংক ও ফেসবুক প্রোফাইলের লিংক এবং ছবি দেওয়া হল! কুরআন অধ্যয়নের পাশাপাশি তাদের আলোচনা গুলো শুনতে পারেন! লিখাগুলো পড়তে পারেন ও কুরআনের মানদণ্ডে যাচাই-বাছাই করে গ্রহণ করতে পারেন। 🖼️ SHUAIB ABDULLAHI BABS:       YoutubeShuaibabdullahibabs . ⛔ (1) - "ডক্টর মাহবুবুল্লাহ যশোরী" ↘️   https://youtube.com/c/JessoryMahboobullah . ↘️ https://youtube.com/channel/UC1i7g-jwlwXLrUliZyY2MmA ⛔ (2) - "মোস্তফা ওয়াহেদুজ্জামান" ↘️ https://youtube.com/channel/UCppLOpd3FlQynv2-j-phoYA ⛔ (3) - "Sajal Roshan" ↘️   https://youtube.com/c/SajalRoshan ⛔ (4) - "A H M Emdadul Haq" ↘️ https://youtube.com/c/followwahi ⛔ (5) - "আক্কাস বিন আব্দুর রশিদ" ...