ক্ৰমিক নংঃ-9️⃣2️⃣-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"কোৰআন দ্যা আহছানাল হাদিস"
("Quran the Ahsanal Hadith")🔴
💠বিষয়ঃ ভাল কাম কৰক, জান্নাত নিশ্চিত-🔟(End)💠
💮(Do Good deeds, Paradise confirmed)
🔰চৈয়দ ৰফ🔰
.
⬇️⬇️⬇️
.
Quran-ভালকাম কৰোতা(good-doer)(مُحْسِنِينَ)
.
🔵কিয় কোৰআন মজিদ বুজি পঢ়াটো বাধ্যতামূলক(28:85📌):-
🔵এটা সাধাৰণ উদাহৰণঃ
ভাল কাম কৰোতাক এল্লাহে ভাল পায়, তেওঁৰ চিন্তাৰ কোনো কাৰণ নাই(ইয়াতো, তাতো)।।
.
🔵ভালকাম কৰোতা(good-doer)(مُحْسِنِينَ):-
١٣٤:٣
الَّذِينَ يُنْفِقُونَ فِي السَّرَّاءِ وَالضَّرَّاءِ وَالْكَاظِمِينَ الْغَيْظَ وَالْعَافِينَ عَنِ النَّاسِ ۗ وَاللَّهُ يُحِبُّ الْمُحْسِنِينَ
🔵৩:১৩৪
যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহে মুহছিনসকলক (الْمُحْسِنِينَ) ভাল পায়;
🔵আৰু আয়াত চাওঁকঃ
2/58(Lack of Confidence in God: They Refuse to Enter Jerusalem,‘This town’ = Can’aan = The land of Palestine. See 5:21, 7:161 ),
2/112(They have fulfilled the purpose of life that is, to serve the Creator by serving His creation, thereby developing their personalities in this life, and thus, attaining true immortality with further progress in the life to come),
2/195=”আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা, আৰু তোমালোকে ইহছান কৰা, নিশ্চয় আল্লাহ ইহছানকাৰীক ভাল পায়”।
.
2/236=”যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ নকৰি অথবা মোহৰ নিৰ্ধাৰণ নকৰি তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; আৰু তোমালোকে সিহঁতৰ বাবে কিবা সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।”
.
3/134,3/148,4/125,5/13,5/85,5/93,6/84,7/56,7/161,9/91,9/120,11/115,12/22,12/36,12/56,12/78,12/90,16/128,22/37,28/14,26/69,31/3,31/22,33/29,37/80,37/105,
37/110,37/113,37/121,37/131,39/34,
39/58,
46/12,51/46,77/44.
.
🔵বিঃদ্ৰঃ সৎকামৰ নিৰ্দেশ দিয়া(৩:১১৪) মানে কোৰআনত কোৱাঁ সৎকামহে!
➡️ কিছুমান এল্লাহে কোৱা ভাল কামৰ তালিকা। এই লিংকত চাওঁকঃ https://iiqasquran2020.blogspot.com/2021/09/do-dontzia-mahmood.html?m=1
..
📌٨٥:٢٨(২৮:৮৫)
إِنَّ الَّذِي ✔فَرَضَ عَلَيْكَ الْقُرْآنَ لَرَادُّكَ إِلَىٰ مَعَادٍ ۚ قُلْ رَبِّي أَعْلَمُ مَنْ جَاءَ بِالْهُدَىٰ وَمَنْ هُوَ فِي ضَلَالٍ مُبِينٍ
.❤️ সমাপ্ত ❤️.
🔵~এইখিনি আপোনাৰ বাবে চৈয়দৰফে যোগোতালে~
।।।।।
🌋(হাদিসৰ অনুসন্ধানত)🌋
🌶comp🌶edit🦀writer🌶syedraf🌶
.
📚(লিখনীৰ আঁৰৰ বিশেষজ্ঞ আৰু লেখকসকলঃ
🅰মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (কানাডা)।
🅱লেখকঃ ডাঃ এচ,আহমেদ (ফ্লৰিদা),
জি,এ,পাৰৱেয(পাকিস্তান), এডিপ-লেথ (আমেৰিকা)।
ক্ৰমশঃ...
🥀41-48=AHLE KITAB(44-Khataman Nabi,48-Mirza Gulam Ahmed Kadiyani) 🚵45-Extra Article-3(Goni post) Sl-41- AHLEKITAB-1 . Sl-42- AHLE.KITAB-2 . Sl-43- AHLE.KITAB-3 . Sl-44- AHLE.KITAB-4 (Khatam Nabi) . 45- Extra-Article . Sl-46- AHLE.KITAB-5 . Sl-47- AHLE.KITAB-6 . Sl-48- AHLE.KITAB.MIRZAGULAM.KADIYANI-7
Comments
Post a Comment